এবিভিপিৰ পৰা পদত্যাগ

এবিভিপিৰ পৰা পদত্যাগ
110

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী বিধেয়কে প্ৰভাৱ পেলাইছে গেৰুৱা দলৰ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদক। দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়নৰত ১২ গৰাকী উত্তৰ-পূৱ প্ৰান্তৰ নেতাই পদত্যাগ কৰাৰ পিছতে আজি যোৰহাট তিতাবৰৰ এজন নেতাই পদত্যাগ কৰিলে এবিভিপি।

তিতাবৰ নগৰ সমিতিৰ যুটীয়া সম্পাদক জয়দ্বীপ কাকতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰি এবিভিপি পদত্যাগ কৰা বুলি জানিব পৰা গৈছে।

Khobor24Hours

16 thoughts on “এবিভিপিৰ পৰা পদত্যাগ

  1. Pingback: Yeezy

Leave a Reply

Your email address will not be published. Required fields are marked *