কৰ’ণাত আক্ৰান্ত প্ৰধান মন্ত্ৰীৰ পত্নীৰ

কৰ’ণাত আক্ৰান্ত প্ৰধান মন্ত্ৰীৰ পত্নীৰ
28

ডিজিটেল ডেস্কঃ বিশ্বত কৰ’ণা ভাইৰাছক লৈ আতংকৰ সৃষ্টি হৈছে। চীনৰ ৱ’হান চহৰৰ পৰা সংক্ৰমিত হোৱা এই ভাইৰাছবিধে চীনকে ধৰি বিশ্বৰ আন আন দেশতো বিয়পিছে। ক’ৰনাক লৈ চলি থকা চৰ্চাৰ মাজতে ক’ৰনাত আক্ৰান্ত হৈছে স্পেইনৰ প্ৰধান মন্ত্ৰীৰ পত্নী।

প্ৰধান মন্ত্ৰী পেড্ৰ’ চান্সেজৰ পত্নী বেগনা গমেজৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছতে পত্নীৰ শৰীৰত ক’ৰনাৰ অৱস্থিতি ধৰা পৰিছে। অৱশ্যে প্ৰধান মন্ত্ৰী পেড্ৰৰ শৰীৰত ধৰা পৰা নাই ক’ৰনাৰ অৱস্থিতি ধৰা পৰা নাই। স্পেইনৰ স্বাস্থ্য বিভাগে এই তথ্য নিশ্চিত কৰাৰ পিছতে স্পেইন চৰকাৰৰ কেবিনেটৰ সকলো সদস্যৰে স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে।

তদুপৰি সৰ্তকতামূলক ব্যৱস্থাও গ্ৰহণ কৰিছে স্পেইনৰ স্বাস্থ্য বিভাগে। উল্লেখ্য যে, ক’ৰনা ভাইৰাছত আক্ৰান্ত হৈ এই পৰ্যন্ত ১ লাখতকৈ অধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৫ হাজাৰৰো লোক মৃত্যু হৈছে।

Khobor24Hours

Leave a Reply

Your email address will not be published. Required fields are marked *