আৰক্ষীয়ে চৰিয়ালে প্ৰাক্তন প্ৰধান মন্ত্ৰীক

আৰক্ষীয়ে চৰিয়ালে প্ৰাক্তন প্ৰধান মন্ত্ৰীক
114

ডিজিটেল ডেস্কঃ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰা পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছাহিদ খাকানক আব্বাচীক জেৰাৰ সময়ত আৰক্ষী বিষয়াই প্ৰচণ্ড মাৰপিট কৰাৰ বাতৰিয়ে সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এনে খবৰো ওলাইছে যে, জেৰাৰ চলি থকা সময়তে আৰক্ষী বিষয়াই প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ মুখলৈ পানী গিলাচো মাৰি পঠিয়ায়। উল্লেখ্য যে, চৱলিত বৰ্ষৰ যোৱা ১৯ জুলাইত আব্বাচীক গ্ৰেপ্তাৰ কৰা হৈছিল।

দুৰ্নীতিৰ গোচৰত নেচনেল একাউন্টিবিলিটি ব্যুৰই গ্ৰেপ্তাৰ কৰিছিল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীজনক। পাকিস্তানৰ এখন সংবাদ পত্ৰৰ মতে জেৰাৰ সময়ত আৰক্ষীক কিছু প্ৰশ্নৰ উত্তৰ নিদিয়াৰ বাবে প্ৰহাৰ কৰা হয় ছাহিদ খাকানক আব্বাচীক। ২০১৭-১৮ চনলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিবাহ কৰিছিল আব্বাচীয়ে

Khobor24Hours

5 thoughts on “আৰক্ষীয়ে চৰিয়ালে প্ৰাক্তন প্ৰধান মন্ত্ৰীক

  1. Pingback: Happy Tassen
  2. Pingback: live sex cams
  3. Pingback: 12bet casino
  4. Pingback: bandarqq

Leave a Reply

Your email address will not be published. Required fields are marked *